গুৱাহাটী হাইক’ৰ্টত আজি নহ’ল শ্যামকানু মহন্তৰ জামিনৰ শুনানি

ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াই গ্ৰহণ নকৰিলে শ্যামকানুৰ জামিনৰ আবেদন।
ন্যায়াধীশগৰাকীৰ বিচাৰপীঠত ৫ নম্বৰত তালিকাভুক্ত হৈ আছিল জামিন আবেদনখন।
আবেদনখন আজি গ্ৰহণ নকৰাৰ বাবেই নহ’ল মহন্তৰ জামিনৰ শুনানি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...