চন্দ্ৰমোহন পাটোৱাৰীক বিধানসভাৰ প্ৰ’টেম অধ্যক্ষৰূপে নিযুক্তি

২১ মে’ৰ পৰা আৰম্ভ হ’ব ষষ্ঠদশ বিধানসভাৰ ১মখন অধিৱেশন।
প্ৰথমখন অধিৱেশনৰ বাবে পাটোৱাৰীক প্ৰ’টেম অধ্যক্ষ হিচাপে নিযুক্তি।
অধিৱেশনৰ কাম কাজ চলাবলৈ চন্দ্ৰমোহন পাটোৱাৰীক নিযুক্তি।
এই অধিৱেশনতে বাচনি কৰা হ’‍ব পৰৱৰ্তী অধ্যক্ষ আৰু উপাধ্যক্ষ দুজন।
ইতিমধ্যেই পৰৱৰ্তী অধ্যক্ষ পদৰ NDA প্ৰাৰ্থী হিচাপে ৰণজিৎ কুমাৰ দাসৰ নাম ঘোষণা হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৰণজিৎ কুমাৰ দাসৰ নাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিদেশী সাহায্য প্ৰত্যাখ্যানৰ পিছত নেপালৰ ইউ-টাৰ্ণ, বিধ্বংসী বানত বিচাৰিলে বিশেষজ্ঞৰ সহায়

বিধ্বংসী বান আৰু ভূমিস্খলনে জুৰুলা কৰা নেপালে অৱশেষত বিদেশী...

এছিয়ান গেমছত ক্ৰিকেটাৰৰ বাবে কিয় এনে ব্যৱস্থা? তম্বুত ড্ৰেছিং ৰুম, ৫০০ মিটাৰ দূৰত শৌচাগাৰ

আগন্তুক এছিয়ান গেমছৰ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে জাপানত কৰা ব্যৱস্থাপনাক...

হাতীটোৱে নাচি থকা নাই… হয়তো নীৰৱে সহায় বিচাৰিছে!

হাতী এটাৰ শুঁৰ ইফালে-সিফালে দুলি আছে। মূৰটো একে ছন্দত...

নেপালত সন্ধানহীন অসমৰ ৩ যুৱক

✒️ মুন গোস্বামী ৩ দিনে পৰিয়াল, বন্ধু বৰ্গৰ সৈতে হোৱা...