জামিন লাভ কৰিও সকাহ পোৱা নাই পৱন খেড়াই

দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত কংগ্ৰেছ নেতা পৱন খেড়া।
আদালতৰ নিৰ্দেশত গুৱাহাটীৰ ক্ৰাইম ব্ৰান্সত হাজিৰ খেড়া।
অধিবক্তা, এজন পৰিয়ালৰ সদস্যসহ ক্ৰাইম ব্ৰান্সত হাজিৰ খেড়া।
গুৱাহাটী ক্ৰাইম ব্ৰান্সত DCPএ জেৰা চলাইছে খেড়াক।
খেড়াক আৰক্ষীৰ তদন্তত সহযোগৰ নিৰ্দেশ দিছিল আদালতে।
মুখ্যমন্ত্ৰী আৰু পত্নীৰ বিৰুদ্ধে একাধিক ভুৱা তথ্য দিয়াৰ অভিযোগ খেড়াৰ বিৰুদ্ধে।
শৰ্মা দম্পতীয়ে বিদেশত কোম্পানী খুলি ধন বিনিয়োগ কৰাৰ অভিযোগ আনিছিল।
ৰিণিকি ভূঞা শৰ্মাৰ কেইবাখনো পাছপোৰ্ট থকা বুলিও অভিযোগ আনিছিল।
তাৰ পিছতে পৱন খেড়াৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ দিছিল মুখ্যমন্ত্ৰী পত্নীয়ে।
শেহতীয়া নিৰ্বাচনত ৰাজনৈতিক লাভালাভৰ বাবেই মিছা অভিযোগ আনিছিল খেড়াই।
নিৰ্বাচনৰ সময়তে খেড়াক বিচাৰি দিল্লীলৈও গৈছিল অসম আৰক্ষীৰ দল।
উচ্চতম ন্যায়ালয়ে ১ মে’ত অগ্ৰিম জামিন দিছিল পৱন খেড়াক।
তেতিয়াই তদন্তত সহযোগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল খেড়াক।
HBS 2.O চৰকাৰৰ আজি প্ৰথমটো দিন।
পুনৰ NDA ক্ষমতালৈ অহাৰ প্ৰথমটো দিনতে আৰম্ভ খেড়াৰ তদন্ত প্ৰক্ৰিয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদত নিযুক্তি লাভ ড০ বৰ্ণালী ডেকাৰ

অসমৰ প্ৰশাসনিক ইতিহাসত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰি...

বিশ্বকাপ জয়ৰ পাছতো দলৰ পৰা বাদ! নিৰ্বাচকৰ সিদ্ধান্তত হতাশ SKY

T-20 বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে...

বিদেশী সাহায্য প্ৰত্যাখ্যানৰ পিছত নেপালৰ ইউ-টাৰ্ণ, বিধ্বংসী বানত বিচাৰিলে বিশেষজ্ঞৰ সহায়

বিধ্বংসী বান আৰু ভূমিস্খলনে জুৰুলা কৰা নেপালে অৱশেষত বিদেশী...

এছিয়ান গেমছত ক্ৰিকেটাৰৰ বাবে কিয় এনে ব্যৱস্থা? তম্বুত ড্ৰেছিং ৰুম, ৫০০ মিটাৰ দূৰত শৌচাগাৰ

আগন্তুক এছিয়ান গেমছৰ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে জাপানত কৰা ব্যৱস্থাপনাক...