‘কোহলি-গম্ভীৰক কঠোৰ শাস্তি প্ৰদান কৰক BCCIয়ে’

লক্ষ্ণৌত দুই তাৰকা খেলুৱৈ বিৰাট কোহলি আৰু গৌতম গম্ভীৰৰ মাজত হোৱা তীব্ৰ বাকযুদ্ধই লাভ কৰিছে সৰ্বত্ৰ চৰ্চা। চৰ্চাৰ লগতে কঠোৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে গম্ভীৰ আৰু কোহলি। দয়ো খেলুৱৈকে কেৱল জৰিমনা নহয়, IPLৰ পৰা নিষিদ্ধ কৰবলৈ আহ্বান জনাইছে এজন কিংবদন্তী ক্ৰিকেটাৰে। কোন এইজন প্ৰাক্তন ক্ৰিকেটাৰ?

‘কেৱল জৰিমনা নহয়, কোহলি-গম্ভীৰক IPLৰ পৰা নিষিদ্ধ কৰক’
‘কোহলি-গম্ভীৰক কঠোৰ শাস্তি প্ৰদান কৰক BCCIয়ে’
এই আহ্বান আমাৰ নহয়, কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ
কোহলী-গম্ভীৰৰ বাকযুদ্ধক লৈ এতিয়াও উত্তাল ক্ৰিকেট বিশ্ব
কোহলী-গম্ভীৰৰ বাকযুদ্ধক লৈ এতিয়াও উত্তাল ক্ৰিকেট বিশ্ব
তীব্ৰ ভাষাৰে গৰিহণা দিছে সুনীল গাভাস্কাৰে
BCCIক শক্তিশালী ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে গাভাস্কাৰে
কোহলি আৰু গম্ভীৰৰ ১০০ শতাংশ মেচ ফী কৰ্তন কৰা হৈছিল
নবীন-উল-হকৰো ৫০ শতাংশ মেচ ফী কৰ্তন
কোহলিয়ে প্ৰায় ১.০৭ কোটি টকা জৰিমনা ভৰিব লাগিব
গম্ভীৰে প্ৰায় ২৫ লাখ টকা জৰিমনা ভৰিব লাগিব

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...