সাৱধান! মালিকে গম নোপোৱাকৈয়ে এবাৰ-দুবাৰ নহয় ৪ বাৰ বেচিলে একেডোখৰ মাটি, জালত বনকৰ্মী

পুনৰ আৰক্ষীৰ জালত মাটিৰ দালাল৷ এবাৰ দুবাৰ নহয় দালালে চাৰিবাৰকৈ বিক্ৰি কৰিছে দুই বিঘা ৩০ লেছা মাটি৷ নিৰক্ষৰতাৰ সুযোগ লৈ দালালে লুটিলে ৩৬ লাখ টকা৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰেপ্তাৰ মাটিৰ দালাল ৷ ৰক্ষকৰ ৰূপত ভক্ষক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বন কৰ্মী৷ বাৰেংগাবাৰী অঞ্চলৰ মাটিৰ গৰাকী বুদু সুত্ৰধৰ নামৰ লোকজনৰ সৈতে সংঘটিত হৈছে এই ঘটনা। শালবাৰী আৰক্ষীৰ জালত ৩ মাটিৰ জুলফিক্কাৰ আলী, ফনিন্দ্ৰ দাস আৰু ৰাজীৱ দাস৷ মষ্ট ৱাণ্টেড জোন খান বৰ্তমান পলাতক অৱস্থাত আছে৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দুগৰাকী কৰ্মী দালাল চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ। ইতিমধ্যে বাঁহবাৰী বনাঞ্চলৰ লজৰ স্বত্ত্বাধিকাৰী ৰাজীৱ দাসক জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...