নগাঁওবাসীৰ বাবে স্বাস্থ্য মন্ত্ৰীয়ে দিলে এই ভাল খবৰ!

নগাঁওবাসীৰ বাবে ভাল খবৰ। নগাঁৱত স্থাপন কৰা হ’ব কেঞ্চাৰ চিকিৎসালয়। ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ৰ পৰাই নগাঁও কেঞ্চাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব ৷ অসমত অতিশীঘ্ৰে নতুনকৈ ৭ খন কেঞ্চাৰ হাস্পতাল স্থাপন কৰা হ’ব। অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰীয় চৰকাৰে অধিক গুৰুত্ব দিয়াৰ বাবেই এইয়া সম্ভৱ হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই। নগাঁৱত নিৰ্মাণ হবলগীয়া কেঞ্চাৰ হস্পিতালৰ ভূমি আজি পৰিদৰ্শন কৰে মন্ত্ৰী কেশৱ মহন্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...