গৃহীত হ’ল পশুধন সুৰক্ষা বিধেয়ক

বিধানসভাত গৃহীত হ’ল পশুধন সুৰক্ষা বিধেয়ক
• কংগ্ৰেছ-AIUDFৰ প্ৰবল বিৰোধিতাৰ পিছতো হ’ল গৃহীত
• সদন ত্যাগ কৰিলে কংগ্ৰেছ-AIUDFএ
• বিধেয়কৰ পৰা বাদ দিয়া হ’ল ম’হ
• ৭৬টা সংশোধনীৰ প্ৰস্তাৱ আনিছিল বিৰোধীয়ে
• বিধেয়কখন ছিলেক্ট কমিটীলৈ পঠোৱাৰ দাবী দেৱব্ৰত শইকীয়াৰ
• ছিলেক্ট কমিটীলৈ প্ৰেৰণ কৰাকলৈ মুখ্যমন্ত্ৰীৰ বিৰোধিতা
• বিৰোধীয়ে সদন ত্যাগ কৰাৰ পিছতে বিধেয়কখন গৃহীত
• গৰুৰ চোৰাং বেহা ৰোধৰ বাবে এই বিধেয়ক : মুখ্যমন্ত্ৰী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...