তেজস্বিতাৰ মৃত্যুৰ তদন্ত ঘোষণা স্বাস্থ্য মন্ত্ৰীৰ। এমাহৰ ভিতৰত নতুন ৰূপ পাব গড়মূৰ জিলা হাস্পতালে। প্ৰথম অৱস্থাত মেডিকেল কলেজৰ অভিজ্ঞ চিকিৎসকৰ সহায় লোৱা হ’ব। কি কি পদক্ষেপ হাতত ল’ব স্বাস্থ্য বিভাগে?