ভদ্ৰ পিতৃ-মাতৃৰ অভদ্ৰ সন্তানৰ কাণ্ড

পিতৃ-মাতৃ কোটিপতি ব্যৱসায়ী নাইবা ঠিকাদাৰ। পুত্ৰক কিনি দিছে কেইবালাখটকীয়া বিলাসী গাড়ী। আৰু সেই গাড়ীৰে গুৱাহাটীত ত্ৰাসৰ সৃষ্টি কৰিছে ২০,২২ বছৰীয়া উদণ্ড পুত্ৰই। মহানগৰ আৰক্ষীয়ে জব্দ কৰিলে অবৈধ ছাইৰেন, ৰঙীণ লাইট লগোৱা কেইবাখনো বিলাসী গাড়ী। সেই গাড়ীৰেই ৰাজধানীত ত্ৰাসৰ সৃষ্টি কৰে ধনী ঘৰৰ সন্তানে। তেওঁলোকে গঢ় দিছে এটা বৃহত গেং, ছাইৰেন গেং। পুত্ৰৰ কু-কৰ্মৰ বাবে এতিয়া থানাত ভৰি থব লাগিব প্ৰতিপত্তিশালী লোকে।

ভদ্ৰ পিতৃ-মাতৃৰ অভদ্ৰ সন্তানৰ কাণ্ড
আছে টকা, ক্ষমতা সেয়ে নাই ভয়
যেন গুৱাহাটীত সোমাইছে গৃহ মন্ত্ৰীৰ বিশাল কনভয়

অবৈধ ছাইৰেন, ৰঙা-নীলা লাইট লগোৱা ২৫-৩০ লাখটকীয়া বিলাসী গাড়ীৰ সন্ত্ৰাস গুৱাহাটীত। এটা দুৰ্ঘটনাৰ আঁত ধৰি মহানগৰ আৰক্ষীয়ে চলোৱা অভিযানত জালত পৰিছে এটা বৃহত গেং। যিটো গেঙৰ বাবে ত্ৰস্তমান মহানগৰীৰ জনতা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...