বজাৰলৈ গৈছেনে এইকেইদিন?

বজাৰলৈ গৈছেনে এইকেইদিন। যদি নহৰু কিনিবলৈ আছে তেন্তে হাতত টকা অলপ বেছিকৈ লৈ যাব। কাৰণ নহৰু এতিয়া মহঙা হল। ৰাজ্যৰ বজাৰত প্ৰতিকিলো নহৰু এতিয়া বিক্ৰী হৈছে চাৰে তিনিশ, চাৰিশ টকাত। তাৰেই সুযোগ লৈছে এটা অসাধু চক্ৰই। ভিন্ন জিলাৰ বজাৰত সেই চক্ৰটোৱে মুকলি কৰি দিছে চীনা নহৰু। ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সাধাৰণ ৰাইজৰ মাজত।

চীনৰ নহৰুৱে দখল কৰিছে অসমৰ বজাৰ
দেশীয় নহৰুৰ দাম এতিয়া ৪০০ পাৰ
পিঁয়াজৰ পাছত এইবাৰ নহৰুৰ বাবে ৰাইজৰ হাহাকাৰ

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আন এক ডাঙৰ সফলতা: ‘অগ্নি-৪’ পাৰমাণৱিক বেলাষ্টিক মিছাইলৰ সফল পৰীক্ষণ

ভাৰতে ওড়িশাৰ চান্দীপুৰত থকা সংৰক্ষিত পৰীক্ষণ কেন্দ্ৰৰ (Integrated Test...

NEET-UG প্ৰশ্নকাকত ফাদিল কাণ্ড: CBIৰ চাৰ্জশ্বীটত নাম সাঙোৰ খাইছে NTAৰ ৩ গৰাকী বিষয়-বিশেষজ্ঞৰ

NEET-UG 2026ৰ প্ৰশ্নকাকত ফাদিল সংক্ৰান্তত কেন্দ্ৰীয় তদন্ত সংস্থা (CBI)ই...

এতিয়াৰে পৰা বিনামূলীয়া হৈ নাথাকে UPI সেৱা! লোকসভাত গৃহীত হ’ল নতুন সংশোধনী বিধেয়ক

ইউনাইটেড পেমেণ্টছ ইণ্টাৰফেচ (UPI) আৰু অন্যান্য সূচিত ইণ্ডিয়া ইলেকট্ৰনিক...