ভদ্ৰ পিতৃ-মাতৃৰ অভদ্ৰ সন্তানৰ কাণ্ড

পিতৃ-মাতৃ কোটিপতি ব্যৱসায়ী নাইবা ঠিকাদাৰ। পুত্ৰক কিনি দিছে কেইবালাখটকীয়া বিলাসী গাড়ী। আৰু সেই গাড়ীৰে গুৱাহাটীত ত্ৰাসৰ সৃষ্টি কৰিছে ২০,২২ বছৰীয়া উদণ্ড পুত্ৰই। মহানগৰ আৰক্ষীয়ে জব্দ কৰিলে অবৈধ ছাইৰেন, ৰঙীণ লাইট লগোৱা কেইবাখনো বিলাসী গাড়ী। সেই গাড়ীৰেই ৰাজধানীত ত্ৰাসৰ সৃষ্টি কৰে ধনী ঘৰৰ সন্তানে। তেওঁলোকে গঢ় দিছে এটা বৃহত গেং, ছাইৰেন গেং। পুত্ৰৰ কু-কৰ্মৰ বাবে এতিয়া থানাত ভৰি থব লাগিব প্ৰতিপত্তিশালী লোকে।

ভদ্ৰ পিতৃ-মাতৃৰ অভদ্ৰ সন্তানৰ কাণ্ড
আছে টকা, ক্ষমতা সেয়ে নাই ভয়
যেন গুৱাহাটীত সোমাইছে গৃহ মন্ত্ৰীৰ বিশাল কনভয়

অবৈধ ছাইৰেন, ৰঙা-নীলা লাইট লগোৱা ২৫-৩০ লাখটকীয়া বিলাসী গাড়ীৰ সন্ত্ৰাস গুৱাহাটীত। এটা দুৰ্ঘটনাৰ আঁত ধৰি মহানগৰ আৰক্ষীয়ে চলোৱা অভিযানত জালত পৰিছে এটা বৃহত গেং। যিটো গেঙৰ বাবে ত্ৰস্তমান মহানগৰীৰ জনতা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ। অভিযুক্ত জোঁৱাই...

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয়...

পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়,...

নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ...