ৱেষ্ট ইণ্ডিজত আৱদ্ধ ভাৰতীয় ক্ৰিকেট দল, বেৰিল হাৰিকেনে লৈছে সংহাৰী ৰূপ

  • ভাৰতত উপস্থিত হওঁতে পলম হ’ব ৰোহিত শৰ্মা বাহিনীৰ
  • ৱেষ্ট ইণ্ডিজতে আৱদ্ধ হৈ পৰিছে ভাৰতীয় ক্ৰিকেট দল
  • বতাহ-ধুমুহাৰ বাবে বন্ধ কৰি দিয়া হৈছে ৱেষ্ট ইণ্ডিজৰ বিমানবন্দৰ
  • বেৰিল হাৰিকেনে সংহাৰী ৰূপ ধাৰণ কৰিছে কেৰিবিয়ান দ্বীপপুঞ্জত
  • ভাৰতীয় দলটো থকা বাৰ্বাড’জতো হাৰিকেনৰ সংহাৰ
  • ভাৰতীয় দলটো বৰ্তমানেও আৱদ্ধ হৈ আছে হোটেল হিল্টনত
  • আজি দেশলৈ ওভতাৰ কথা আছিল ভাৰতীয় দলটো
  • বিমানবন্দৰ বন্ধ কৰি দিয়াত অনিশ্চয়তাত দলটোৰ ভাৰতলৈ আগমন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...