ধাৰাবাহিক বোমা বিস্ফোৰণত শেষ হৈ গ’ল বহু জীৱন

নাইজেৰিয়াত সংঘটিত হৈছে ভয়ংকৰ বোমা বিস্ফোৰৰ ঘটনা। এই বিস্ফোৰণত ১৮জন নিহত হোৱাৰ উপৰিও আহত হৈছে ৪৮জনকৈ লোক। ৩টাকৈ স্থানত সংঘটিত হয় এই বোমা বিস্ফোৰণ। প্ৰথমটো বিস্ফোৰণ সংঘটিত হয় এক বিবাহ অভ্যৰ্থনা অনুষ্ঠানত। দ্বিতীয়টো বিস্ফোৰণ চিকিৎসালয়ত সংঘটিত হয়। অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত সংঘটিত হয় তৃতীয়টো বিস্ফোৰণ। আত্মঘাতী বোমাৰুৰ দ্বাৰা সংঘটিত হয় এই বিস্ফোৰণ। ঘটনাত সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰসংগঃ মমতাজ বেগম,”মোক মোৰ মা লাগে মাথোঁ, ৰাজনীতি নালাগে”। মমতাজ বেগমক লৈ পুত্ৰৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ মমতাজ বেগমৰ সন্ধানহীনতাক লৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে।...

কৃষি কৰ্মৰে স্বাৱলম্বী কাৰ্বি-আংলঙৰ লংকী ডেৰানিজে। স্বাৱলম্বী হৈ আন ১০ যুৱককো দিছে সংস্থাপন

কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু সঠিক পৰিকল্পনাৰে কৃষি কৰ্মৰ জৰিয়তে...

এছিয়ান গেমছত স্বর্ণ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা গল্ফাৰ হিচাপে ইতিহাস ৰচিলে ২৩ বছৰীয়া প্ৰণৱী উৰ্ছই

এছিয়ান গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত। আইচি-নাগোয়া এছিয়ান গেমছত ইতিহাস...