Tag: NKTV

Browse our exclusive articles!

শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ পূৰ্বে সমস্যাত টীম ইণ্ডিয়া!

কাইলৈৰ পৰা আৰম্ভ হ'ব ভাৰত-শ্ৰীলংকাৰ টি-২০ শৃংখলা। এই শৃংখলাৰ পূৰ্বে সমস্যাত টীম ইণ্ডিয়া। আঘাতৰ বাবে টীম ইণ্ডিয়াৰ পৰা বাহিৰ দুই তাৰকা সূৰ্য কুমাৰ যাদৱ...

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। চেন্নাইত ৰহস্যজনকভাৱে মৃত্যু তামুলপুৰৰ প্ৰাঞ্জল দাস নামৰ যুৱকজনৰ। ৪ বছৰ ধৰি চেন্নাইৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল প্ৰাঞ্জল। কিন্তু...

গুৱাহাটীৰ ক’ত ওলাইছে লাখ লাখ টকাৰ জালনোট?

গুৱাহাটীত লাখ লাখ টকাৰ জালনোট। ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জব্দ ১৫ লাখ টকাৰ জালনোট। বশিষ্ট আৰক্ষীৰ সহযোগত খানাপাৰাত ক্ৰাইম ব্ৰাঞ্চে চলাইছিল অভিযান। চেম্পিয়ন আৰ চাংমা,...

লালু প্ৰসাদ যাদৱক ৫ বছৰৰ কাৰাদণ্ড, ৬০ লাখ টকাৰ জৰিমনা!

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক ৫ বছৰ কাৰাদণ্ড, ৬০ লাখ টকাৰ জৰিমনা। ৰাচীৰ চি বি আইৰ বিশেষ আদালতে দোষী সাব্যস্ত কৰে লালু প্ৰসাদ...

জম্মু-কাশ্মীৰত অসমৰ সেনা জোৱানৰ মৃত্যু!

জম্মু-কাশ্মীৰত অসমৰ সেনা জোৱানৰ মৃত্যুমৃত্যু হোৱা জোৱান দেৰগাঁৱৰ বিশ্বজিত গগৈশৰীৰত গুলী লাগি মৃত্যু হয় জোৱানজনৰছবছৰ পূৰ্বে সেনা বাহিনীত যোগদান কৰিছিল জোৱানজনেমৃত্যুৰ পূৰ্বে কথা পাতিছিল...

Popular

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...

আলী লাৰিজানী কোন? যাৰ বাবে আমেৰিকাই ইচ্ছা কৰিলেও ইৰাণক আক্ৰমণ কৰিব নোৱাৰিলে…

আপাততঃ ইৰাণক আক্ৰমণ নকৰে আমেৰিকাই। ছৌদি আৰব, কাটাৰ আৰু...

Subscribe

spot_imgspot_img