Tag: NKTV

Browse our exclusive articles!

ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ স্তৰত ব্যাপক ৰদবদল, কোন জিলাত কাক দায়িত্ব?

👉 কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জলীক বদলি👉 কামৰূপৰ নতুন উপায়ুক্তৰূপে বদলি কীৰ্তি জলীক👉 বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালক বদলি👉 গৃহ বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব...

কংগ্ৰেছৰ ভেঁটি কঁপাবলৈ বিজেপিৰ নতুন ৰণকৌশল!

গোৱাৰ কংগ্ৰেছৰ ভেঁটি কঁপাবলৈ বিজেপিৰ নতুন ৰণকৌশল। কিয়নো, দুই কংগ্ৰেছী বিধায়কে বিজেপিৰে মিলি দল বিভাজনৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ বিস্ফোৰক অভিযোগ গোৱা কংগ্ৰেছৰ তত্বাৱধায়ক দিনেশ...

বানত ক্ষতিগ্ৰস্ত ১৮ হাজাৰ পৰিয়ালে লাভ কৰিব সাহায্য, ঘোষণা মুখ্যমন্ত্ৰীৰ

হোজাইত বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বানাক্ৰান্তৰ দুখ-দুৰ্দশাৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে। হোজাইৰ ক্ষতিগ্ৰস্তক সাহায্য প্ৰদানৰ কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।...

২১বিধ খাদ্য সামগ্ৰীৰ ওপৰত লাগিব GST! কি কি সামগ্রীৰ ওপৰত লাগিব GST?

পুনৰ ৰাইজৰ ওপৰত মাধমাৰ১৮ জুলাইৰ পৰা ২১বিধ খাদ্য সামগ্ৰীৰ ওপৰত লাগিব GSTকি কি সামগ্রীৰ ওপৰত লাগিব GST?দৈ, লাচি, বাটাৰ, মৌকে ধৰি দুগ্ধজাত সামগ্ৰীৰ ওপৰত...

সপ্তমবাৰলৈ উইম্বলডনৰ খিতাপ জিনিলে ন’ভাক জ’ক’ভিছে

সপ্তমবাৰলৈ উইম্বলডনৰ খিতাপ জিনিলে ন'ভাক জ'ক'ভিছেফাইনেলত অষ্ট্ৰেলিয়াৰ নিক কিৰ্গিয়ছক হৰুৱাই জ'ক'ভিছে৪-৬,৬-৩,৬-৪,৭-৬ ছেটত জয়লাভ কৰে ছাৰ্বিয়াৰ তাৰকাজনেউইম্বলডনৰ খিতাপ জয়েৰে জ'ক'ভিছৰ গ্ৰেণ্ডশ্লামৰ সংখ্যা ২১ টালৈ বৃদ্ধিগ্ৰেণ্ডশ্লাম...

Popular

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

Subscribe

spot_imgspot_img