Tag: NKTV

Browse our exclusive articles!

হঠাৎ বিকল হৈ পৰিল FACEBOOK, Instagram

সমগ্ৰ বিশ্বতে স্তব্ধ হৈছে ফেচবুক, ইনষ্টাগ্ৰামহঠাৎ ফেচবুকত কাৰিকৰী বিজুতিলগ আউট হৈছে সকলোৰে একাউণ্টফেচবুক খুলিলে আহে SESSION EXPIREDকাৰিকৰী বিসংগতি হোৱা বুলি অৱগত কৰিছে FB কৰ্তৃপক্ষই

পুত্ৰৰ প্ৰাক-বিবাহ অনুষ্ঠানত মাতৃয়ে পৰিধান কৰিলে ৪০০-৫০০ কোটি টকাৰ নেকলেছ

উদ্যোগপতি মুকেশ আম্বানীৰ ঘৰত হোৱা পৰিঘটনাবোৰ একপ্ৰকাৰ ৰাজকীয় বিষয়।আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ প্ৰাক-বিবাহ উপলক্ষে সু-সজ্জিত কৰি তুলিলে জামনগৰ। অতিথীৰ বাবে কৰা ৰাজকীয় ব্যৱস্থাই...

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা

গুৱাহাটী মহানগৰীৰ মেগজিনত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। ব্যৱসায়ী বাপন নামৰ এজন লোকে গুলীয়াই ছাদ্দাম নামৰ এজনক। সংকটজনক অৱস্থাত ছাদ্দামক ভৰ্তি কৰোৱা হৈছে প্ৰতীক্ষা হাস্পতালত। পূৰ্বৰে...

বিভিন্ন ক্ষেত্ৰৰ ৭ মহিলাক সদিচ্ছা বঁটা ২০২৪

মহিলাসকলক নিজৰ ওপৰত অধিক ভৰসা কৰি আগবাঢ়িবলৈ আহ্বান হস্তী বিশেষজ্ঞ পাবৰ্তী বৰুৱাৰগুৱাহাটী, ৩ মাৰ্চ : অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ‘সদিচ্ছা’ই বিগত বৰ্ষৰ দৰে এইবাৰো নাৰী...

পুত্ৰৰ প্ৰাক্–বিবাহ পাৰ্টিত কিয় চকুপানী টুকিলে মুকেশ আম্বানিয়ে?

হলিউড, বলিউড, ক্ৰীড়া, উদ্যোগ জগত একাকাৰপ’প ষ্টাৰ ৰিহানাৰ সংগীত৩ খান ছলমান-শ্বাহৰুখ-আমিৰৰ নৃত্যসকলোৱে কৰিলে আনন্দপুত্ৰৰ প্ৰাক্–বিবাহ পাৰ্টিত কিয় চকুপানী টুকিলে মুকেশ আম্বানিয়ে? সমগ্ৰ দেশ জুৰি চৰ্চা...

Popular

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

Subscribe

spot_imgspot_img