Tag: NKTV

Browse our exclusive articles!

সুনীতা উইলিয়ামছক মহাকাশলৈ কঢ়িয়াই নিয়া মহাকাশযানত বিজুতি

সুনীতা উইলিয়ামছক মহাকাশলৈ কঢ়িয়াই নিয়া মহাকাশযানত বিজুতিমহাকাশতে আবদ্ধ ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছমহাকাশত থকা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আশ্ৰয় লৈ আছে সুনীতাই১৪ জুনতেই উভতি অহাৰ...

স্থায়ী গৃহৰ অভাৱত পঞ্চায়ত কাৰ্যালয়ত চলিছে এখন চিকিৎসালয়

জামুগুৰি গাঁও পঞ্চায়ত স্বাস্থ্য উপকেন্দ্ৰ!শুনোঁতে আচহুৱা, কিন্তু সঁচা‘আৰোগ্য মন্দিৰ’ৰ ৰুগীয়া অৱস্থাপঞ্চায়তত চলে চিকিৎসালয় এয়া ৰাজ্যৰ বিয়াগোম স্বাস্থ্য ব্যৱস্থা। জামুগুৰি গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ ভিতৰলৈ সোমাই গ’লে...

মানুহৰ পৰা অমানুহ হোৱাৰ বাটটো যেন চমু হৈ পৰিছে একাংশৰ

বিগত ২৪ ঘণ্টাত সংঘটিত হোৱা ৩ টা ঘটনা। ঘটনা কেইটাই বাৰে বাৰে তুলিছে প্ৰশ্ন। ক’ৰবাত যদি মাতৃৰ হাতত পুত্ৰৰ নিধন, আন ক’ৰবাত পুখুৰীত পেলাই...

বহিঃৰাজ্যত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ দুজন লোকৰ

পুনৰ বহি:ৰাজ্যত মৃত্যু অসমীয়াৰ। বহিঃৰাজ্যত পথ দুৰ্ঘটনাত মৃত্যু অসমৰ দুজন লোকৰ। নিহত লোক দুজন ধুবুৰীৰ চাপৰৰ আছাদ আলী আৰু ধীৰঘাটৰ নুৰ ইছলাম। কৰ্মৰ সন্ধানত...

আজি SUPER 8ত বাংলাদেশৰ বিৰুদ্ধে খেলপথাৰত নামিব ৰোহিত বাহিনী

এখন ৰোমাঞ্চকৰ মেচৰ সাক্ষী হ’ব ক্ৰিকেটপ্ৰেমীআজি SUPER 8ত বাংলাদেশৰ বিৰুদ্ধে খেলপথাৰত নামিব ৰোহিত বাহিনীৰোহিত-কোহলিৰ অপেনিং যুটিৰ ওপৰত চকু থাকিব অনুৰাগীৰএন্টিগুৱাত বৰষুণে বিঘিনি ঘটোৱাৰ আশংকা...

Popular

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

Subscribe

spot_imgspot_img