Tag: NKTV News

Browse our exclusive articles!

কিয় চেলছিক বিক্ৰী কৰিব ওলাইছে ৰাছিয়ান স্বত্বাধিকাৰী ৰোমান আব্ৰামোভিছে?

২০০৩ চনত ইংলিছ ফুটবল ক্লাব চেলছিক ক্ৰয় কৰিছিল ৰাছিয়াৰ ভ্লাদিমিৰ পুটিনৰ অন্যতম সংগী ৰোমান আব্ৰামোভিছে । কিন্তু ১৯ বছৰৰ পিছত চেলিছিক বিক্ৰী কৰাৰ চিন্তা...

ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ সামৰিক আগ্ৰাসন বন্ধ কৰাৰ পক্ষত ১৪১টা ভোট

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানক লৈ ভোটদানভোটদানৰ পৰা বিৰত থাকে ভাৰতসামৰিক আগ্ৰাসন বন্ধ কৰাৰ পক্ষত ১৪১টা ভোট৩৫খন দেশ বিৰত থাকে ভোটদানৰ পৰাৰাছিয়াৰ...

বাংলাদেশত গ্ৰেপ্তাৰ KLOৰ সাধাৰণ সম্পাদক

চৰকাৰৰে শান্তি চুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে বাংলাদেশত গ্ৰেপ্তাৰ KLOৰ সাধাৰণ সম্পাদক। বাংলাদেশ আৰ্মীয়ে গ্ৰেপ্তাৰ কৰে কৈলাশ কোঁচ নামৰ KLO সদস্যজনক। সংগঠনটোৰ তৰফৰ পৰা...

ৰুছৰ আক্ৰমণত খাৰ্কিভৰ আৰক্ষী মুখ্য কাৰ্যালয় বিধ্বস্ত

খাৰ্কিভৰ আৰক্ষী মুখ্য কাৰ্যালয় ৰুছ আক্ৰমণত বিধ্বস্তখাৰ্কিভৰ এয়াৰফ’ৰ্চ ইউনিভাৰ্ছিটীতো প্ৰচণ্ড আক্ৰমণখেৰ্চান বিমানবন্দৰৰ ওচৰত প্ৰচণ্ড বিস্ফোৰণখেৰ্চান সম্পূৰ্ণৰূপে দখল কৰাৰ দাবী ৰুছ প্ৰতিৰক্ষা মন্ত্ৰীৰবিগত ২৪ ঘণ্টাত...

সম্পূৰ্ণৰূপে ইউক্ৰেইন দখলত নামিছে ৰুছ সেনা!

সম্পূৰ্ণৰূপে ইউক্ৰেইন দখলত নামিছে ৰুছ সেনাসাধাৰণ নাগৰিকৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণকিয়েভত আকাশমাৰ্গেৰে বোমা নিক্ষেপ ৰাছিয়াৰমিছাইলেৰে আক্ৰমণ কৰিছে আবাসিক এলেকাতখাৰকিভত প্ৰশাসনিক কাৰ্যালয়ত মিছাইল নিক্ষেপখাৰকিভৰ প্ৰশাসনিক কাৰ্যালয়,...

Popular

হৃদযন্ত্ৰৰ নিজস্ব ক্ষুদ্ৰ ‘মগজু’ আছে; আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে

বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে মানুহৰ হৃদযন্ত্ৰত নিজাকৈ এটা সৰু...

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...

অন্ধত্বক জয় কৰি মানবতাৰ জয়গান

এই ৰঙীন পৃথিৱীখনৰ প্ৰতি প্ৰতিজন মানুহৰ থাকে হাজাৰটা সপোন।...

Subscribe

spot_imgspot_img