এইবাৰ আৰক্ষীৰ জালত ভুৱা DC

0 726

কেতিয়াবা যদি ভুৱা SI, কেতিয়াবা আকৌ ভুৱা OC! এইবাৰ আৰক্ষীৰ জালত ভুৱা DC। তেজপুৰত আৰক্ষীয়ে এছক’ৰ্টসহ গ্ৰেপ্তাৰ কৰে ভুৱা DC। DC সহ জালত পৰে এটা বৃহৎ প্ৰবঞ্চকৰ দল। DC, এছক’ৰ্টসহ গ্ৰেপ্তাৰ ১০জনীয়া প্ৰৱঞ্চকৰ দলটোক।

ভুৱা উপায়ুক্তৰ পৰিচয়েৰে ধন সংগ্ৰহ কৰিছিল বহুজনৰ পৰা। ধৃত ভুৱা DCটোৰ নাম গোলাঘাটৰ অংকুৰ শইকীয়া। ইতিমধ্যে এই প্ৰৱঞ্চক দলটোৰ জালত ভৰি ধিছিল বহুজনে।

Leave A Reply

Your email address will not be published.