Tag: NKTV News

Browse our exclusive articles!

শিৱসেনা-খালিস্তানী সমৰ্থকৰ মাজত সংঘৰ্ষ, আৰক্ষীলৈ শিলগুটি নিক্ষেপ! চাওক দৃশ্য

পঞ্জাবৰ পাটিয়ালাত উত্তেজনা। শিৱসেনা আৰু খালিস্তানী সমৰ্থকৰ মাজত সংঘৰ্ষ। খালিস্তানী সমৰ্থকে বাহিৰ কৰিছিল শোভাযাত্ৰা। শোভাযাত্ৰাৰ সময়তে শিৱসেনা আৰু খালিস্তানী সমৰ্থকৰ মাজত সংঘৰ্ষ। https://twitter.com/i/status/1519955380558000128 পৰিস্থিতি নিয়ন্ত্ৰণৰ...

কমাণ্ডো নিযুক্তি পৰীক্ষাত চাৰ্টিফিকেট জালিয়াতি গোচৰত ৫ জনক গ্ৰেপ্তাৰ

কমাণ্ডো নিযুক্তি পৰীক্ষাত চাৰ্টিফিকেট জালিয়াতি গোচৰত ৫ জনক গ্ৰেপ্তাৰকাছাৰৰ পৰা ডিমা হাছাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৫ অভিযুক্তকভুৱা চাৰ্টিফিকেটেৰে অসম আৰক্ষীত কমাণ্ডো নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ...

কাছাৰৰ কাশিপুৰৰ ১৪৭ নং CRPF কেম্পত চাঞ্চল্যকৰ ঘটনা

কাছাৰৰ কাশিপুৰৰ ১৪৭ নং CRPF কেম্পত চাঞ্চল্যকৰ ঘটনাচাৰ্ভিছ বন্দুকেৰে গুলীয়াই আত্মহত্যাৰ চেষ্টা CRPF জোৱানৰসৌভাগ্যক্ৰমে মূৰৰ পৰিবৰ্তে কান্ধতহে গুলী লাগিল জোৱানজনৰসংকটজনক অৱস্থাত জোৱানজনক AMCHলৈ প্ৰেৰণঘটনা...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মেষ ৰাশিৰ আজি শৰীৰ কিছু অসুস্থ হ’ব পাৰে। মনৰো চিন্তা আৰু অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শুভ। বিদ্যার্থীৰ মনৰ আনন্দ-উৎসাহত বাধা...

পুটিনৰ দুবাহুত প্ৰমিথিউছৰ শক্তি

✒️অচিন্ত্য শৰ্মা ৰুছ ইউক্ৰেইন যুদ্ধ ক্ৰমাৎ দীঘলীয়া হৈ যোৱাৰ লগে লগে যুদ্ধখনত প্ৰয়োগ হ'বলৈ লৈছে অধিকৰ পৰা অধিকতৰ ঘাতক যুদ্ধস্ত্ৰ। বিশেষকৈ যুদ্ধখনত যিমানেই ইউক্ৰেইনৰ পক্ষত...

Popular

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ৭ জনকৈ লোক

জম্মু-কাশ্মীৰৰ গান্দাৰবাল জিলাত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। সন্ত্ৰাসবাদীৰ আক্ৰমণত চিকিৎসকসহ...

দুদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া ভ্ৰমণ সামৰিলে কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই যোৱা ১৯ আৰু...

ন-ৰূপত পানীখাইতিত উদ্বোধন থলুৱা ব্যঞ্জনৰ ৰেষ্টোৰা ‘পানচৈ’

সুস্বাদু থলুৱা খাদ্যৰসিক আৰু পৰ্যটকৰ বাবে সুখবৰ। দেওবাৰে উদ্বোধন...

বিপদত জনজীৱন…ভয়াৱহ প্ৰদূষণৰ কৱলত পৰিছে ৰাজধানী দিল্লী

বিপদত জনজীৱন…ভয়াৱহ প্ৰদূষণৰ কৱলত পৰিছে ৰাজধানী দিল্লী। ক্ৰমশঃ বৃদ্ধি...

Subscribe

spot_imgspot_img