Browsing Tag

NKTV News

গ্ৰেপ্তাৰ হ’ব পাৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা!

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। শংকৰজ্যোতি বৰুৱালৈ ডিব্ৰুগড় আৰক্ষীৰ আইনী জাননী। ২৪

অমিক্রনৰ দ্রুত সংক্রমণক লৈ দেশত উদ্বিগ্নতা বৃদ্ধি, ৬খনকৈ ৰাজ্যত নৈশ সান্ধ্য…

অমিক্রনৰ দ্রুত সংক্রমণক লৈ দেশত উদ্বিগ্নতা বৃদ্ধিসংক্রমণ ৰোধৰ বাবে ৰাজ্যই ৰাজ্যই কঠোৰ ব্যৱস্থাদেশৰ ৬খনকৈ ৰাজ্যত নৈশ সান্ধ্য আইন

ৰাজস্থানত MiG-21 দুৰ্ঘটনাগ্ৰস্ত, পাইলট হৰছিট সিঙৰ সিনহাৰ মৃত্যু

ৰাজস্থানৰ জয়ছালমীৰত শুকুৰবাৰে নিশা দুৰ্ঘটনাগ্রস্ত হয় বায়ুসেনাৰ এখন MiG-21 যুঁজাৰু বিমান। দুৰ্ঘটনাত বিমানখনৰ পাইলট উইং কমাণ্ডাৰ

গণসমাৱেশ বন্ধ কৰক; কেন্দ্ৰলৈ আহ্বান উচ্চ ন্যায়ালয়ৰ

নিৰ্বাচনমুখী ৰাজ্যত সমাবেশ-সভা বন্ধ কৰককেন্দ্ৰক গণসমাৱেশ বন্ধ কৰাৰ আহ্বানঅমিক্ৰনৰ পৰিপ্ৰেক্ষিতত সকীয়নি এলাহাবাদ উচ্চ

GMC, GMDAৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন

GMC, GMDAৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদননগাঁও পৌৰ সভা, যোৰহাট পৌৰ সভাৰ বিৰুদ্ধেও এই আবেদন২০১০-১১ৰ পৰা

খাৰুপেটীয়াত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনিৰ নামত নিবনুৱা…

খাৰুপেটীয়াত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনিৰ নামত নিবনুৱা ছাত্ৰ-ছাত্ৰীক ৰামঠগন। সংস্থাপন বিচাৰি হাহাকাৰ কৰি ঘুৰি ফুৰা

পশ্চিমবংগৰ হলদিয়া তেল শোধনাগাৰত ভয়াৱহ বিস্ফোৰণ, ৩ জনকৈ লোকৰ মৃত্যু

পশ্চিমবংগৰ হলদিয়া তেল শোধনাগাৰত সংঘটিত ভয়াৱহ বিস্ফোৰণ। এক অগ্নিকাম্ডৰ ফলত তেল সোধনাগৰটোত সংঘটিত হয় এই বিস্ফোৰণ। এই ঘটনাত ৩ জনকৈ

ৰাজ্যত ভুৱা চিকিৎসকৰ দপদপনি, বিলাসীপাৰাত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক ফৰিজ উদ্দিন…

ৰাজ্যত ভুৱা চিকিৎসকৰ দপদপনি। বিলাসীপাৰাত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক ফৰিজ উদ্দিন আহমেদ। ফৰিজ উদ্দিনৰ ভুৱা চিকিৎসাৰ বলি হৈ মৃত্যুৰে