Tag: News

Browse our exclusive articles!

মৰিগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী!

মৰিগাঁওৰ ভূৰাগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শ্বহিদুল ইছলাম নামৰ সৰবৰাহকাৰীটোক। আৰক্ষীৰ অভিযানৰ সময়ত পলায়নৰ চেষ্টা চলাইছিল। পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীচালনা।...

অসম জাতীয় বিদ্যালয় কণ্টেইনমেণ্ট জ’ন!

অসম জাতীয় বিদ্যালয় কণ্টেইনমেণ্ট জ’ন ঘোষণাআজিৰ পৰা ২৬ জানুৱাৰীলৈ কণ্টেইনমেণ্ট জ’নজিলা প্ৰশাসনে জাৰি কৰিলে এই নিৰ্দেশনাবিদ্যালয়খনৰ কেইবাগৰাকীও শিক্ষক-শিক্ষাৰ্থী আক্ৰান্ত ক’ভিডত

অৰুণাচলী কিশোৰক অপহৰণ চীনা সেনাৰ!

ভাৰতীয় ভূ-খণ্ডৰ ভিতৰত বাৰে বাৰে প্ৰৱেশ চীনৰভাৰতৰ ভূ-খণ্ডৰ ভিতৰৰ পৰা ভাৰতীয় যুৱকক অপহৰণঅৰুণাচলী কিশোৰক অপহৰণ চীনা সেনাৰমিৰাম টেৰন নামৰ ১৭ বছৰীয়া কিশোৰজনক অপহৰণঅৰুণাচলৰ আপাৰ...

ক’ভিডৰ তৃতীয় ঢৌ; বুধবাৰৰ দিনটোত ৰাজ্যত ৮,৩৩৯জন আক্ৰান্ত!

গুৰুত্বৰ অৱস্থাত আছে অসমত ক'ভিডৰ তৃতীয় ঢৌৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোতকৈ বৃদ্ধি ক'ভিডৰ সংক্ৰমণ। বুধবাৰৰ দিনটোত ৰাজ্যত ৮ হাজাৰ ৩৩৯ জন আক্ৰান্ত। কামৰূপ মে'ট্ৰত ক'ভিডৰ...

২০২৩ত আৰু টেনিছ কোৰ্টত দেখা নাপাব ছানিয়া মিৰ্জাক!

এইবাৰ লৈ আহিছোঁ টেনিছ জগতৰ খবৰ। ভাৰতৰ আটাইতকৈ স ফল মহিলা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই নিজৰ অৱসৰ সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে। চলিত...

Popular

জাপানত আৰম্ভ এছিয়ান পেৰা গেমছ ২০২৬; ১৬৮গৰাকী খেলুৱৈৰে পদকৰ যুঁজত নামিব ভাৰত

জাপানৰ আইচি-নাগোয়াত আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এছিয়ান পেৰা গেমছ...

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

Subscribe

spot_imgspot_img