Home
Live TV
অসম
গুৱাহাটী
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
Page 3
ৰাজনীতি
ক্ৰীড়া
English
অসম দৰ্শন
Live TV
Home
Live TV
অসম
গুৱাহাটী
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
Page 3
ৰাজনীতি
ক্ৰীড়া
English
অসম দৰ্শন
Home
Live TV
অসম
গুৱাহাটী
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
Page 3
ৰাজনীতি
ক্ৰীড়া
English
অসম দৰ্শন
Tag:
News
Search
Browse our exclusive articles!
যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ
ৰাষ্ট্ৰীয়
NKTV Digital
-
October 4, 2026
নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ কৰ্মচাৰীৰ বিৰুদ্ধে তিনিগৰাকী মহিলা সাংবাদিকে যৌন নিৰ্যাতন আৰু দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰে। এগৰাকী সাংবাদিকে এগৰাকী...
গুৱাহাটী মহানগৰীত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা; পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগৰ অভিযোগত ধৃত অভিষেক কুমাৰ সিং
অসম
NKTV Digital
-
October 4, 2026
গুৱাহাটীত পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ STF-এ। ধৃত লোকজন ৩১ বছৰীয়া অভিষেক কুমাৰ সিং বুলি জানিব...
কংগ্ৰেছৰে মিত্ৰতাক লৈ অজাপত অসন্তুষ্টি; সভাপতি লুৰীণজ্যোতি গগৈ লৈ তিনিপৃষ্ঠাৰ বিস্ফোৰক পত্ৰ অজাপৰ সম্পাদক জিয়াউৰ ৰহমানৰ
অসম
NKTV Digital
-
October 4, 2026
কংগ্ৰেছৰ সৈতে মিত্ৰতাক কেন্দ্ৰ কৰি অসম জাতীয় পৰিষদৰ ভিতৰ চোৱাত অসন্তুষ্টি বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছে। দলৰ সম্পাদক জিয়াউৰ ৰহমানে সভাপতি লুৰীণজ্যোতি গগৈ লৈ...
গুৱাহাটীৰ বৰাগাঁৱৰ গণেশ মন্দিৰৰ পৰা চোৰে লুটি নিলে ৩ লক্ষাধিক টকাৰ সোণ, নগদ ধন
অসম
NKTV Digital
-
October 4, 2026
গুৱাহাটীৰ বৰাগাঁৱত পুনৰ ধৰ্মীয় উপাসনাস্থলীত চোৰৰ উপদ্ৰৱ। ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা এটা গণেশ মন্দিৰত নিশা সংঘটিত হৈছে চুৰি। মন্দিৰৰ পুৰোহিত থকা কোঠালিৰ দুৱাৰত বাহিৰৰ...
ৰাজগড়ৰ শুভলক্ষ্মী এপাৰ্টমেণ্টত মহিলাক প্ৰাণে মৰাৰ চেষ্টা; মহিলাক ৰডেৰে আক্ৰমণৰ অভিযোগ এপাৰ্টমেণ্ট পৰিচালনা সমিতিৰ সদস্যৰ বিৰুদ্ধে
অসম
NKTV Digital
-
October 4, 2026
মহানগৰীৰ গুৱাহাটীৰ ৰাজগড়স্থিত শুভলক্ষ্মী এপাৰ্টমেণ্টত সংঘটিত এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী মহিলাক ৰডেৰে আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে...
1
...
32
33
34
...
474
Page 33 of 474
Popular
ৰাছিয়াৰ দখলত ইউক্ৰেইনৰ চহৰ; খাদ্য-ঔষধৰ নাটনি, বাসিন্দাসকলক উদ্ধাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংস্থাক আহ্বান ইউক্ৰেইনৰ
NKTV Digital
-
October 18, 2026
IPL ২০২৭ৰ মিনি নিলাম ১৬ ডিচেম্বৰত গোৱাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা; BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ ঘোষণা
আন্তঃৰাষ্ট্ৰীয়
October 18, 2026
0
BCCIৰ সচিব দেৱজিৎ শইকীয়াই নিশ্চিত কৰিছে যে IPL ২০২৭ৰ...
অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা
অসম
October 18, 2026
0
অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...
চাহত কীটনাশকৰ পৰিমাণ নিয়ন্ত্ৰণৰ নতুন পদক্ষেপ FSSAIৰ! চাহত দুবিধ কীটনাশকৰ অৱশিষ্টৰ সীমা নিৰ্ধাৰণৰ প্ৰস্তাৱ আয়োগৰ
অসম
October 18, 2026
0
ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ (FSSAI)-এ চাহত ব্যৱহৃত...
হৰমুজ প্ৰণালীত নৌ-মাইন বিস্ফোৰণত জ্বলি উঠিল ২০ লাখ বেৰেল খাৰুৱা তেলবাহী ছুপাৰটেংকাৰ! অনুমোদনহীন পথেৰে প্ৰৱেশৰ অভিযোগ ইৰানৰ, বিশ্বৰ তেল যোগানক লৈ তীব্ৰ উদ্বেগ
আন্তঃৰাষ্ট্ৰীয়
October 18, 2026
0
ইৰানৰ ইছলামিক ৰেভ’লিউচনেৰী গাৰ্ড ক’ৰৰ (IRGC) নৌসেনাই শনিবাৰে দাবী...
Subscribe
I want in
I've read and accept the
Privacy Policy
.