Tag: News

Browse our exclusive articles!

প্লাষ্টিকৰ গুদামত বিধ্বংসী অগ্নিকাণ্ড, লাখ লাখ টকাৰ সামগ্ৰী ভস্মীভূত

ৰাজ্যত কেইবাটাও স্থানত অগ্নিকাণ্ড। এইবাৰ শিলচৰৰ চিৰুয়াকান্দিত বিধ্বংসী জুই। এটা প্লাষ্টিকৰ গুদামত সংঘটিত হয় অগ্নিকাণ্ড। চিৰুয়াকান্দিস্থিত এই অগ্নিকাণ্ডৰ ফলত জুইত ভস্মীভূত হয় কেইবা লাখ...

শুকুৰবাৰ কিয় ছবি এখন মুক্তি দিয়া হয়?

আপুনি কেতিয়াবা ভাৱিছেনে ছবি এখন কিয় শুক্ৰবাৰে মুক্তি দিয়া হয়? শুকুৰবাৰ দিনটোৰ উপাৰ্জনেই নিৰ্ভয় কৰে ছবিখন দৰ্শকে আকোঁৱালি ল'ব নে নাই! হয়তো বহুতৰেই উত্তৰ...

উঃমাঃ ১ম বাৰ্ষিকৰ পৰীক্ষাৰ সূচী সালসলনি, এই দিনতহে হ’ব পৰীক্ষা

অনিবাৰ্য কাৰণত উঃমাঃ ১ম বাৰ্ষিকৰ পৰীক্ষাৰ সূচী কিছু সালসলনি৪ মে’, ১৯ মে’ৰ পৰীক্ষাসমূহ হ’ব ক্ৰমে ৩০ মে’, ৩১ মে’ত৪ মে’ৰ আগবেলা আছিল ইংৰাজী, পিছবেলা...

নগাঁৱৰ ADP কলেজৰ অধ্যক্ষক নিলম্বন!

নগাঁৱৰ ADP কলেজৰ অধ্যক্ষক নিলম্বনঅধ্যক্ষ সুৰজিৎ কুমাৰ ভাগৱতীক নিলম্বনউচ্চ শিক্ষা সঞ্চালকে নিলম্বন কৰে ভাগৱতীকভাগৱতীৰ বিৰুদ্ধে সহকৰ্মীক যৌন আতিশয্যৰ অভিযোগদুগৰাকী অধ্যাপিকাই ভাগৱতীৰ বিৰুদ্ধে তুলিছিল অভিযোগ২...

সোণাৰিত কাঠফুলা খাই শিশুসহ ৪ জনৰ মৃত্যু

সোণাৰিত কাঠফুলা খাই শিশুসহ ৪ জনৰ মৃত্যু২নং লালতি পথাৰত কাঠফুলা খাই অসুস্থ হৈছিল ৮জন৭ এপ্ৰিলত সেৱন কৰিছিল বিষাক্ত কাঠফুলাআটাইকেইজন চিকিত্সাধীন হৈ আছিল AMCHতচিকিত্সাধীন অৱস্থাত...

Popular

ইংৰাজসকলে কিয় মদ্যপান কৰিবলৈ এৰিছে?

মুছলমান দেশ ছৌদি আৰৱত সুৰাৰ বিপণী পুনৰ খোলা হৈছে,...

তেজপুৰ বিশ্ববিদ্যালয়ত অচলাৱস্থা; ৰাজ্যপালক সাক্ষাৎ আছুৰ

অসম চুক্তিৰ আধাৰত স্থাপন হোৱা তেজপুৰ বিশ্ববিদ্যালয়ৰ অচলাৱস্থা আঁতৰ...

শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ...

Subscribe

spot_imgspot_img