কাইলৈৰ পৰা ১ মে’লৈ অনুষ্ঠিত হ’ব কিষাণ ক্ৰেডিট কাৰ্ড সংপৃক্ত অভিযান

২৪ এপ্ৰিলৰ পৰা ১ মে’ লৈ অনুষ্ঠিত হ’বলগীয়া কিষাণ ক্ৰেডিট কাৰ্ডৰ সংপৃক্ত অভিযান। সংবাদমেলযোগে এই কথা ঘোষণা কৰিছে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই। সোণাৰিত অনুষ্ঠিত সংবাদমেলত প্ৰকাশ কৰা অনুসৰি ২৫ এপ্ৰিলৰ পৰা ১ মে’ লৈ অনুষ্ঠিত হ’ব ফচল বীমা পাঠশালা কাৰ্যসূচী। এই সন্দৰ্ভত ইতিমধ্যে উপায়ুক্তগৰাকীয়ে কৃষি বিভাগৰ বিষয়া তথা বেংক বিষয়াসকলক সবিশেষ অবগত কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...