Tag: News

Browse our exclusive articles!

টাইগাৰ শ্ৰফে নতুনকৈ ক্ৰয় কৰা ঘৰটোৰ মূল্য জানিলে আচৰিত হ’ব আপুনি!

দিনে-দিনে জনপ্ৰিয়তা বৃদ্ধি পাইছে অভিনেতা টাইগাৰ শ্ৰফৰইখনৰ পিছত আনখন ছবিত অভিনয়েৰে বুটলিছে দৰ্শকৰ মৰমপ্ৰায় ২৪৮ কোটি সম্পত্তিৰ মালিক টাইগাৰঅকলশৰে কটায় বিলাস-বহুল জীৱন সাধাৰণতে চৰ্চালৈ নাহে...

গোলাঘাটৰ APSC পৰীক্ষাকেন্দ্ৰত চাঞ্চল্যকৰ ঘটনা

গোলাঘাটৰ APSC পৰীক্ষাকেন্দ্ৰত চাঞ্চল্যকৰ ঘটনা। লুকুৱাই অনা অৱস্থাত মোবাইল ফোনসহ ধৰা পৰিল পৰীক্ষাৰ্থী। দেৱৰাজ ৰয় মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল পৰীক্ষা। অন্তৰ্বাসত লুকুৱাই আনিছিল মোবাইল। তাৎক্ষণিকভাৱে...

১৮ মাৰ্চৰ পৰা নাগালেণ্ডত তৃতীয় নৰ্থ ইষ্ট গেমছ

অহা ১৮-২৩ মাৰ্চলৈ নাগালেণ্ডত অনুষ্ঠিত হ’ব তৃতীয় উত্তৰ পূৱ ক্ৰীড়া৷ নাগালেণ্ড চৰকাৰৰ সহযোগত নাগালেণ্ড অলিম্পিক সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাত উত্তৰ পূৱৰ আঠ ৰাজ্যৰ...

যোৰহাটত জমি উঠিছে লোকসভা নিৰ্বাচনৰ যুঁজ

যোৰহাটত জমি উঠিছে লোকসভা নিৰ্বাচনৰ যুঁজকংগ্ৰেছে গৌৰৱ গগৈক প্ৰাৰ্থীত্ব প্ৰদানৰ পিছতে সলনি সমিকৰণবিজেপিৰ কটাক্ষ চক্ৰ বেহুত বধ হ’ব অভিমন্যূৰ! উৎ‍সাহিত বিৰোধীৰ দাবী এইবাৰ যোৰহাটত হ’ব...

ঔপন্যাসিক, স্তম্ভ লেখক, ৰাজনৈতিক বিশ্লেষক অৰুণ গোস্বামী আৰু নাই

বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামীৰ দেহাৱসান। ঔপন্যাসিক, স্তম্ভ লেখক, ৰাজনৈতিক বিশ্লেষক হিচাপে খ্যাতি আছিল গোস্বামীৰ। ৮২ বছৰ বয়সত যোৰহাটৰ খ্ৰীষ্টান হাস্পতালত দেহাৱসান সাহিত্যিকজনৰ। বিভিন্ন সময়ত...

Popular

ডিমৌত সৰ্প দংশনত মহিলাৰ মৃত্যু

ডিমৌত সৰ্প দংশনৰ ফলত এগৰাকী মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকী...

এচিয়ান গেমছৰ ছেমিফাইনেলত ভাৰতীয় মহিলা হকী দল

এচিয়ান গেমছ ২০২৬ৰ ছেমিফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতীয় মহিলা...

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

Subscribe

spot_imgspot_img