Tag: News

Browse our exclusive articles!

গ্ৰেপ্তাৰ হ’ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন

গ্ৰেপ্তাৰ কৰা হ'ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক। EDৰ মাৰাথন জেৰাৰ অন্তত পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰীজনে। পদত্যাগৰ পাছতে গ্ৰেপ্তাৰ কৰা হ'ল মন্ত্ৰীজনক। ৰাজ্যপালৰ ওচৰত পদত্যাগ-পত্ৰ দাখিল...

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পদত্যাগ

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পদত্যাগ। EDৰ মাৰাথন জেৰাৰ অন্তত পদত্যাগ কৰে মুখ্যমন্ত্ৰীজনে।ৰাজ্যপালৰ ওচৰত পদত্যাগ-পত্ৰ প্ৰেৰণ হেমন্ত ছোৰেনৰ। তাৎক্ষণিকভাৱে বিধায়িনী দলৰ বৈঠকৰ আহ্বান হেমন্ত...

অপৰাধীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক

অপৰাধীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক। এইবাৰ যোৰহাটৰ বৰহুজত পুলিবৰ আৰক্ষীৰ গুলীচালনা। দুধৰ্ষ ডকাইত পৰশুৰাম দাসলৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰিলে গুলীচালনা। আৰক্ষীক আক্ৰমণ...

সদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰীৰ গণ আলোড়ন

প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে ৰাজ্যত কৰ্মচাৰীৰ বিদ্ৰোহসদৌ অসম চৰকাৰী এন.পি.এছ কৰ্মচাৰীৰ গণ আলোড়নহাজাৰ হাজাৰ এন.পি.এছ কৰ্মচাৰীৰ গৰ্জনত কঁপিল গুৱাহাটীপুৰণি পেঞ্চন নীতি বাহল ৰখাৰ দাবীত উত্তাল...

বনৰক্ষক নহয়, তেওঁ হেনো বনদস্যূ!

ধুমুহা বতাহে বিচাৰি উলিয়ালে ৰেঞ্জাৰৰ পৰিচয়!বনৰক্ষক নহয়, তেওঁ হেনো বনদস্যূ!ধুমুহাৰ অচিলাৰে তেওঁ ধুমুহা গতিত কৰিছে বনধ্বংস পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ দক্ষিণ বন সংমণ্ডলৰ ৰেঞ্জাৰ...

Popular

শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ...

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

Subscribe

spot_imgspot_img