ড্ৰাগছৰ বিৰুদ্ধে চলিছিল অভিযান, ওলাল বৃহৎ পৰিমাণৰ নকল সোণ

শোণিতপুৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অকাবস্তী বঙালী গাঁৱত এক অভিযান চলাই জব্দ কৰে ড্ৰাগছসহ নকল সোণ। চাৰিদুৱাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত জব্দ হয় নকল সোণ আৰু ড্ৰাগছ। অভিযানত আৰক্ষীয়ে জব্দ কৰে ৭৩টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, চাবোনৰ বাকচ। ড্ৰাগছৰ লগতে এখন নকল সোণৰ নাও জব্দ কৰে আৰক্ষীয়ে। ৰুস্তম আলী, ফিৰোজ খান, বসু বৰাইক, ৰেহেনা খাটুনক আটক কৰে আৰক্ষীয়ে। বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...