Tag: News

Browse our exclusive articles!

বানত বুৰিছে ব্ৰহ্মপুত্ৰ-বৰাক

ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ বৰাকসংহাৰী ৰূপ লৈছে নৈ-উপনৈৰ জলাধাৰাইপ্ৰান্তে প্ৰান্তে ছিঙিছে মথাউৰি,ঠায়ে ঠায়ে খহিছে গঢ়াজন হানি, ধন হানি- জনতাৰ হাহাকাৰ পাৰাপাৰহীন পানীৰ এই দৃশ্য অসমৰ বিভিন্ন...

দেশজুৰি প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ। ২৪ ঘণ্টাত হিট ষ্ট্ৰ’কত মৃত্যু হৈ প্ৰায় অৰ্ধশতাধিকৰ

দেশত অব্যাহত আছে প্ৰচণ্ড গ্ৰীস্ম প্ৰৱাহ। গ্ৰীস্ম প্ৰৱাহৰ মাজতে এক উদ্বেগজনক খবৰ। বিগত ২৪ ঘণ্টাত হিট ষ্ট্ৰ'কত আক্ৰান্ত হৈ মৃত্যু হৈছে প্ৰায় অৰ্ধশতাধিক লোকৰ।...

একেলগে খেলি ধূলি ডাঙৰ হোৱা দুটি শিশুৰ কৰুণ মৃত্যু

বৃহস্পতিবাৰৰ বিয়লি বৰপেটাৰোডৰ বালাভিটাত ঘটি গ’ল অনাকাংক্ষিত ঘটনা। একেলগে খেলি ধূলি ডাঙৰ হোৱা দুটি শিশুৰ কৰুণ মৃত্যু। সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ কাৰণ...

ছয়গাঁৱত চাৰি বন্ধুৰ হাতত প্ৰাণ গ’ল এজনৰ

দক্ষিণ কামৰূপৰ ছয়গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চাৰি বন্ধুৰ হাতত প্ৰাণ গ'ল এজন যুৱকৰ। মৃত যুৱকজনৰ নাম গৌতম কলিতা। ছয়গাঁৱৰ বালাগাঁৱত সংঘটিত হৈছে...

সামুদ্ৰিক ঘূৰ্ণী ৰিমালৰ প্ৰভাৱত তচনচ ৰাজ্য

সামুদ্ৰিক ঘূৰ্ণী ৰিমালৰ প্ৰভাৱত তচনচ ৰাজ্যসোমবাৰৰ নিশাৰে পৰা অহা ধুমুহা বৰষুণত বিস্তৰ ক্ষতিএই পৰ্যন্ত ৰাজ্যত প্ৰচণ্ড ধুমুহাত ছাত্ৰসহ ৪ জনৰ প্ৰাণহানীঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড...

Popular

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

Subscribe

spot_imgspot_img