Tag: Assam

Browse our exclusive articles!

অসমতো ঘূৰ্ণী বতাহ ৰিমালৰ প্ৰভাৱ

অসমতো ঘূৰ্ণী বতাহ ৰিমালৰ প্ৰভাৱ। ৰাজ্যত ঠায়ে ঠায়ে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট, ৰে’ড এলাৰ্ট। প্ৰৱল বৃষ্টিপাতৰ বাবে বহু ঠাইতে জাৰি কৰা হৈছে ৰে’ড...

ভাৰতৰ জীমনাষ্ট দীপা কৰ্মকাৰৰ ইতিহাস

ভাৰতৰ জীমনাষ্ট দীপা কৰ্মকাৰৰ ইতিহাস এছিয়ান ছিনিয়ৰ চেম্পিয়নশ্বিত স্বৰ্ণ জয় কৰি ইতিহাস ছিনিয়ৰ প্ৰতিযোগিতাত স্বৰ্ণ জয়ী প্ৰথমগৰাকী ভাৰতীয় জীমনাষ্ট দীপা উজবেকিস্তানৰ টাছকেণ্টত দেওবাৰে এই ইতিহাস ৰচে দীপাই ১৩.৫৬৬...

অসম কন্যাৰ গৌৰৱময় সফলতাই নৱজাগৰণ আনিলে ভাৰতীয় টাইকোৱানড’ জগতলৈ

নতুন দিল্লী, ২৬ মে’ : ভিয়েটনামত অনুষ্ঠিত এছিয়ান টাইকোৱানড’ প্ৰতিযোগিতাত পদক জয়ৰে ইতিহাস গঢ়া অসম কন্যা ৰ’দালি বৰুৱাৰ পৰৱৰ্তী লক্ষ্য হ’ল অহা বছৰ হ’বলগা...

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত অসমীয়া ফেশ্বন ডিজাইনাৰৰ বস্ত্ৰ শোভিলে ছুপাৰ মডেলৰ দেহত

জগতসভাত আৰু এগৰাকী প্ৰতিভাশালী অসমীয়াৰ সফলতাৰ এখোজ। বিশ্বৰ শ্ৰেষ্ঠতম প্ৰতিভা, সৌন্দৰ্য আৰু ফেশ্বনৰ মহাপীঠ কাঁ ফিল্ম ফেষ্টিভেলৰ ৰেড কাৰ্পেট ৷ শনিবাৰে সামৰণি পৰা ২০১৪ৰ...

ৰয়েল গ্লবেল স্কুলত উত্তৰ পূৱৰ প্ৰথম কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন শিক্ষয়িত্ৰী

"হিম'গ্ল'বিন কি?" ৰয়েল গ্ল'বেল স্কুলৰ এজন ছাত্ৰই সুধিলে। এগৰাকী মেখেলা - চাদৰ পৰিহিতা যন্ত্ৰমানৱীয়ে প্ৰশ্নটো মন দি শুনিলে আৰু বিস্তৃতভাৱে হিম'গ্ল'বিনৰ বিষয়ে বৰ্ণনা কৰিলে।...

Popular

ওদালগুৰিৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠক অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাৰ

চৰকাৰী আঁচনিৰ সুবিধা সকলো যোগ্য হিতাধিকাৰীয়ে পোৱাটো সুনিশ্চিত কৰিবলৈ...

বিবাহ ভৱনত মাছে-মঙহে জুতি লৈ দৰাঘৰীয়ালৈ শিলগুটি নিক্ষেপ, শিৱসাগৰৰ ডিমৌত অতিথিৰ দুষ্কাৰ্য

শিৱসাগৰৰ ডিমৌত বৰযাত্ৰীৰ ওপৰত আক্ৰমণ। ঘটনাত আহত এজন বৰযাত্ৰী।...

জুবিন গাৰ্গক ওপজা দিনৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে লিখিলে এনেদৰে

আজি জুবিন গাৰ্গৰ ওপজা দিন।। ৫৩ বছৰত ভৰি দিলে...

Subscribe

spot_imgspot_img