চুপাৰি মাফিয়া কাৰ্তিক পালক গ্ৰেপ্তাৰ

চুপাৰি মাফিয়া কাৰ্তিক পালক গ্ৰেপ্তাৰ। কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কাৰ্তিকক। শিলচৰৰ বিলাপাৰ অঞ্চলত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চুপাৰি মাফিয়াটোক। চুপাৰি মাফিয়া আলতাফ হুছেইনৰ সহযোগী আছিল ধৃত কাৰ্তিক পাল।

কাছাৰ আৰক্ষীয়ে চুপাৰি ছিণ্ডিকেট সম্পৰ্কত চুপাৰি মাফিয়া দীপাংকৰ দেবৰ পুত্ৰ দেৱপ্ৰিয় দেবকো গ্ৰেপ্তাৰ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো ভৱিষ্যতে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্রী

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ আৰু...

আৰু কিমান দিনলৈ ডিটেনছন কেম্পত থাকিব অবৈধ নাগৰিক?

চিনাক্তকৰণ হোৱা বিদেশী নাগৰিকৰ বহিস্কাৰ নকৰা সম্পৰ্কত কেন্দ্ৰ আৰু...

কোনে দখল কৰিব দিল্লীৰ শাসনৰ বাঘজৰী?

আজি অনুষ্ঠিত হৈছে দিল্লী বিধানসভাৰ নিৰ্বাচন। বিধানসভাৰ ৭০খন আসনৰ...

আৰক্ষীৰ বেহু ফালি পলায়ন কৰিলে আচামীয়ে

মঙলদৈত আচামী আগে আগে আৰক্ষী পিছে পিছে। আৰক্ষীৰ বেহু...