এণ্টি-টেংক গাইডেড মিছাইল ‘হেলিনা’ৰ সফল পৰীক্ষণ সম্পন্ন

আজি পোখৰাণত দেশৰ উচ্চ ক্ষমতাৰ এণ্টি-টেংক গাইডেড মিছাইল ‘হেলিনা’ৰ সফল পৰীক্ষণ কৰা হয়।

ভাৰতীয় সেনা, ভাৰতীয় বাযুসেনা আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ বিজ্ঞানীসকলে যুটীয়াভাৱে এই পৰীক্ষণ পৰিচালনা কৰে।

দেশত নিৰ্মিত এখন হেলিকপ্টাৰৰ পৰা এই মিছাইলটো নিক্ষেপণ কৰা হৈছিল।

দেশৰ এই মিছাইলটো বিশ্বৰ আটাইতকৈ উন্নত এণ্টি-টেংক অস্ত্ৰ বুলি চিহ্নিত কৰা হৈছে।

এই সাফল্যৰ বাবে DRDO আৰু ভাৰতীয় সেনাক অভিনন্দন জনাই ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

এই পৰীক্ষণ প্ৰত্যক্ষ কৰে জেষ্ঠ বিজ্ঞানী আৰু DRDOৰ জেষ্ঠ সেনা কামাণ্ডাৰেও।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...