ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ স্তৰত ব্যাপক ৰদবদল, কোন জিলাত কাক দায়িত্ব?

👉 কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জলীক বদলি
👉 কামৰূপৰ নতুন উপায়ুক্তৰূপে বদলি কীৰ্তি জলীক
👉 বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালক বদলি
👉 গৃহ বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব ভূষালক
👉 গোৱালপাৰাৰ উপায়ুক্ত মীনাক্ষি দাস নাথক বদলি
👉 সাংস্কৃতিক বিভাগৰ সঞ্চালকৰ দায়িত্ব মীনাক্ষি দাস নাথক
👉 গোৱালপাৰাৰ নতুন উপায়ুক্ত হ’ব খনীন্দ্ৰ চৌধুৰী
👉 নগাঁৱৰ উপায়ুক্ত এইচ এন গৌতমক বদলি
👉 হাইলাকান্দিৰ উপায়ুক্তৰূপে বদলি এইচ এন গৌতমক
👉 বাক্সাৰ উপায়ুক্ত আয়ুস গাৰ্গক বদলি
👉 বৰপেটাৰ উপায়ুক্তৰূপে বদলি আয়ুস গাৰ্গক
👉 চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক বদলি
👉 নগাঁৱৰ উপায়ুক্তৰূপে বদলি নৰেন্দ্ৰ কুমাৰ শ্বাহক
👉 চিৰাঙৰ নতুন উপায়ুক্ত হ’ব পি বিজয়া ভাস্কৰ ৰেড্ডী
👉 বাক্সাৰ নতুন উপায়ুক্ত হ’ব এম এম পাৰ্টিন
👉 হাইলাকান্দিৰ উপায়ুক্ত ৰোহন কুমাৰ ঝাক বদলি
👉 কাছাৰৰ উপায়ুক্তৰূপে বদলি ৰোহন কুমাৰ ঝাক
👉 ডঃ আশিস কুমাৰ ভূটানীক ARIASৰ প্ৰকল্প সঞ্চালক পদৰপৰা অব্যাহতি
👉 IAS বিষয়া ভূটানীক ARIASৰ অধ্যক্ষ পদৰ অতিৰিক্ত দায়িত্ব
👉 PHEৰ আয়ুক্ত সচিব আকাশ দীপক পাৰিপাৰ্শ্বিক-বন বিভাগলৈ বদলি
👉 পাৰিপাৰ্শ্বিক-বন বিভাগৰ আয়ুক্ত সচিবৰূপে বদলি আকাশ দীপক
👉 কৃষি, পাৰিপাৰ্শ্বিক-বনৰ আয়ুক্ত সচিব ডঃ ওম প্ৰকাশক বদলি
👉 সৰ্বশিক্ষাৰ প্ৰকল্প সঞ্চালকৰূপে নিযুক্ত ডঃ ওম প্ৰকাশ
👉 সৰ্বশিক্ষাৰ প্ৰকল্প সঞ্চালক ৰোশনী অপৰাঞ্জি ক’ৰাটিক বদলি
👉 ৰোশনী অপৰাঞ্জি ক’ৰাটিক কৃষি বিভাগৰ সচিব নিযুক্তি
👉 ৰোশনী ক’ৰাটিক ARIASৰ প্ৰকল্প সঞ্চালকৰ অতিৰিক্ত দায়িত্ব

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...