ক্ৰীড়া

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭ চনৰ দক্ষিণ এছিয়া গেমছত অংশগ্ৰহণৰ বাবে ভাৰতীয় দল পাকিস্তানলৈ যাব। ভাৰতৰ অংশগ্ৰহণ পাকিস্তানে আনুষ্ঠানিকভাৱে নিশ্চিত...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত পৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)। এমাহৰো অধিক সময় পূৰ্বে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিলেও এতিয়ালৈকে...

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয় ইষ্ট বেংগলৰ ২২ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্ত পেলাই ডুৰাণ্ড কাপৰ ট্ৰফী জয় কৰিলে ইষ্ট বেংগল এফ...

চীনত ইতিহাস সৃষ্টি: উছেইন বল্টৰ ১০০ মিটাৰ দৌৰৰ অভিলেখ ভংগ কৰিলে ৰবটে

চীনৰ বেইজিংস্থিত 'আইচ ৰিবন' ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয় বিশ্ব হিউমেনইড ৰবট গেমছৰ শুভাৰম্ভণী অনুষ্ঠানত এক ঐতিহাসিক ঘটনা সংঘটিত হৈছে। বিশ্ববিখ্যাত দৌৰবিদ উছেইন বল্টৰ ১০০ মিটাৰ...

প্ৰথম টেষ্টত অষ্ট্ৰেলিয়াক পৰাস্ত, দ্বিতীয় টেষ্টত ষ্টাৰ্কৰ সন্মুখত ১০০ ৰানো কৰিব নোৱাৰিলে বাংলাদেশে

মাত্ৰ কেইদিন মানৰ ব্যৱধান। প্ৰথম টেষ্টত অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰি ইতিহাস ৰচিছিল বাংলাদেশে। কিন্তু দ্বিতীয় টেষ্টত সম্পূৰ্ণ বিপৰীত ছবি। মিচেল ষ্টাৰ্কৰ বিধ্বংসী বলিঙৰ...

Popular