সাৱধান কিম জং উন… সাজু আমেৰিকা, জাপান

উত্তৰ কোৰিয়াক উপযুক্ত প্ৰত্যুত্তৰ দক্ষিণ কোৰিয়া, আমেৰিকা, জাপানৰ
উত্তৰ কোৰিয়ালৈ লক্ষ্য কৰি কেবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ
পশ্চিম উপকূলত F-15K ‍বিমানেৰে পেলোৱা হ’ল কেইবাটাও বোমা
উত্তৰ কোৰিয়াৰ বিৰুদ্ধে জাপান, আমেৰিকাৰ সামৰিক অনুশীলন
মাৰ্কিন সেনাই ব্যৱহাৰ কৰে হ্ৰস্ব দূৰত্বৰ ATACMS বেলিষ্টিক ক্ষেপণাস্ত্ৰ
আনহাতে দক্ষিণ কোৰিয়াই ব্যৱহাৰ কৰে হিউনমু–2 ক্ষেপণাস্ত্ৰ
জাপানৰ F-15 আৰু F-2 যুঁজাৰু জেট বিমান
আমেৰিকাই ব্যৱহাৰ কৰে F-35B যুঁজাৰু বিমান

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...