অধিনায়ক ৰূপে মুখথেকেচা খালে কে এল ৰাহুলে, ৭ উইকেটত শোচনীয় পৰাজয় টীম ইণ্ডিয়াৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টীম ইণ্ডিয়া ৭ উইকেটত পৰাস্ত। শৃংখলাত সমতা স্থাপন ঘৰুৱা দল দক্ষিণ আফ্ৰিকাৰ । বৰ্ষাবিঘ্নিত টেষ্টখনত ডিন এলগাৰৰ অধিনায়কোচিত বেটিং। প্ৰথমবাৰলৈ জোহান্সবাৰ্গৰ ৱাণ্ডাৰাৰ্ছ ষ্টেডিয়ামত পৰাস্ত ভাৰত। দুয়োটা ইনিংছতে ৰান কৰাত ব্যৰ্থ হৈছিল ভাৰতীয় বেটছমেন।অধিনায়ক ৰূপে মুখথেকেচা খালে কে এল ৰাহুলে, এইখন অধিনায়ক ৰূপে প্ৰথম টেষ্ট আছিল কে এল ৰাহুলৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

লাডাখত ২২,০০০ ফুট উচ্চতাত DRDOৰ স্বদেশী কম্বেট পেৰাচ্যুট ছিষ্টেমৰ সফল পৰীক্ষণ

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ অধীনস্থ Aerial...

ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ-প্ৰজন্মক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্রীলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

সম্প্রতি ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ...