কাজিৰঙাৰ অৰ্কিড পাৰ্কত ফুলি থকা কেইবিধমান বিদেশী অৰ্কিড

অখিল গগৈ

২০২৪ বৰ্ষটো বিদেশী অৰ্কিড সংগ্ৰহ আৰু সংৰক্ষণৰ বাবে মোৰ জীৱনৰ আটাইতকৈ উল্লেখযোগ্য বছৰ। এই বছৰৰ নতুন মাহটোতে কেইবাশ বিদেশী অৰ্কিডৰ প্ৰজাতি সংৰক্ষণৰ বাবে পাবলৈ সক্ষম হ’লোঁ। পৃথিৱীৰ প্ৰায় বেছিভাগ বিৰল অৰ্কিড এতিয়া অৰ্কিড কাজিৰঙা অৰ্কিড পাৰ্কত সংৰক্ষিত হৈ আছে।

আজি ফুলি থকা কেইবিধমান বিদেশী অৰ্কিডৰ নাম উল্লেখ কৰিলোঁ: ১)ডেনড্ৰ’বিয়াম এলিপচ’ফিলাম— দক্ষিণ পূব এছিয়াৰ দেশসমূহত পোৱা যায়।

২) ডেনড্ৰ’বিয়াম ইন্টিকেটাম— থাইলেণ্ড, ভিয়েৎনাম, কম্বোদিয়াত পোৱা যায়।

৩) বাল্ব’ফাইলাম টিংগাবেৰিনাম— লাওচ, ভিয়েৎনাম, কম্বোদিয়াত পোৱা যায়।

৪) বাল্ব’ফাইলাম লচিঅ’চিলাম— মালয়েছিয়া, থাইলেণ্ড, ম্যানমাৰ আৰু ভাৰত।

৫) ডেণ্ড’বিয়াম হেমিমেলেন’গ্ল’চাম— ভিয়েৎনামত পোৱা যায়।

৬) ডিপ্ল’ক’ল’বিয়াম ফেৰিনিফেৰাম— নিউগিনিত পোৱা যায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...