প্ৰেমৰ চহৰ ঢাকিছে বৰফে

এই শীতৰ প্ৰথম তুষাৰপাত। ঢাকিছে ঘাঁহ–বন, ঢাকিছে পথ, শুভ্ৰ চাদৰৰ তলত এখন চহৰ। এই চহৰ প্ৰেমৰ চহৰ। এয়া আজিৰ পেৰিছ।

গোটেই চহৰখন শীতৰ প্ৰথম তুষাৰপাতে ঢাকিছে। গছ–গছনিত বৰফৰ চামনি পৰিছে। এই সুন্দৰ দিন উপভোগ কৰিবলৈ ওলাই আহিছে বহুজন। বিখ্যাত স্মৃতিসৌধৰ সন্মুখত ভিৰ বাঢ়িছে অগণন লোকৰ। ডাঠ কুৱঁলিয়ে মাজত সোমাই পৰিছে আইফেল টাৱাৰ। এই সুন্দৰ দৃশ্য উপভোগ কৰিবলৈ দেশ–বিদেশৰ পৰ্যটকৰো আগমণ ঘটিছে। মুঠতে এতিয়া সকলোকে হাত বাউল দি মাতিছে পেৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...