অসমৰ প্ৰাক্তন DGP নিশিনাথ চাংকাকতিৰ মৃত্যু

অসমৰ প্ৰাক্তন DGP নিশিনাথ চাংকাকতিৰ মৃত্যু। লেখক আৰু সমাজসেৱী ৰূপেও প্ৰখ্যাত আছিল তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ। বিপত্নীক আৰু নিঃসন্তান আছিল চাংকাকতি। ডাউনটাউন হাস্পতালত মৃত্যু নিশিনাথ চাংকাকতিৰ। ১৯৫৭ চনৰ পৰা ১৯৯২ চনলৈ তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আছিল। ১৯৮৬ চনত উৎকৃষ্ট সেৱাৰ বাবে তেওঁ ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল। ‘কৰুণাধাৰা’ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ অন্যতম জন্মদাতা আছিল তেওঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...