পিষ্টল দেখুৱাই এটা পেট্ৰ’ল ডিপোৰ পৰা লৈ গ’ল লক্ষাধিক টকা

ৰাজ্যত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। পিষ্টল দেখুৱাই এটা পেট্ৰ’ল ডিপোৰ পৰা লৈ গ’ল লক্ষাধিক টকা। সোমবাৰে তিনিচুকীয়াৰ পেঙেৰী চাৰিআলিৰ পেট্ৰ’ল ডিপোত সংঘটিত হ’ল ডকাইতি কাণ্ড। এখন ক’লা ৰঙৰ নম্বৰপ্লেটবিহীন বাহনত আহিছিল ৫জনীয়া দুৰ্বৃত্তৰ দলটো। ঘটনাস্থলীত নিশাই পেঙেৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বিনন্দ সোণোৱাল নামৰ মালিকাধীন পেট্ৰ’ল পাম্পত সংঘটিত হৈছে এই ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...