শিৱসাগৰত ভয়ংকৰ ঘটনা

শিৱসাগৰত ভয়ংকৰ ঘটনা। দুগৰাকী মহিলাক চুৰিৰে আক্ৰমণ কৰিলে এজনে। নৱ সন্দিকৈ নামৰ লোকজনে চুৰিকাঘাট কৰিলে পত্নী আৰু শাহুক। শিৱসাগৰৰ গোঁহাই চুকত সংঘটিত হৈছে এই ঘটনা। ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে অভিযুক্ত নৱ সন্দিকৈয়ে। আহত মহিলা দুগৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বকাপৰ মাজতে পত্নীৰ গৰ্ভস্থ সন্তানৰ মৃত্যু! নেদাৰলেণ্ডৰ ক’ডি গাকপোৱে শোকৰ মাজতে খেলিছে বিশ্বকাপ ফুটবল

বিশ্বকাপৰ মাজভাগত দুঃখবৰ। পত্নীৰ গৰ্ভস্থ সন্তানৰ মৃত্যুৰ শোকৰ সৈতে...

ছ’চিয়েল মিডিয়াত ভাইৰেল অফাৰ, ১ টকাৰ SALEৰ বাবে মুম্বাইত হাহাকাৰ

মুম্বাইৰ মালাডস্থিত ইনফিনিটি মলত শনিবাৰে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি...

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...