দিন দুপৰতে এজনক গুলিয়াই উধাও দুৰ্বৃত্ত

কোকৰাঝাৰৰ শান্তিপূৰত দিন দুপৰতে গুলীচালনাৰ ঘটনা। কাজিগাঁও থানাৰ অন্তৰ্গত শান্তিপুৰত এই ঘটনা। গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰীলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ। ছফিকুল ইছলাম নামৰ লোকজনলৈ লক্ষ্য কৰি গুলীচালনা কৰে দুৰ্বৃত্তই। ছফিকুলৰ ঘৰ ধুবুৰীৰ তামাৰহাট থানাৰ অন্তৰ্গত বৰজান গাঁওত। গুলীচালনা কৰি পলায়ন দুৰ্বৃত্তৰ। হাতত গুলী লাগি গুৰুতৰভাৱে আহত হয় ছফিকুল। গুলীচালনা কৰি টকাৰ বেগ লৈ উধাও হয় বাইকত অহা ২ দুৰ্বৃত্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...