ৰাজ্যত দুৰ্গা পূজাতো অব্যাহত থাকিব নেকি বৰষুণ?

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ ৪টা দিন। দুৰ্গা পূজাৰ আনন্দত বিধি-পথালি দিছে বতৰে। আগন্তুক কেইবাদিনলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আগজাননী। বৃহস্পতিবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্ত অব্যাহত আছে মজলীয়া বৰষুণ। আনফালে বৰষুণৰ বাবে ব্যাহত হৈছে পূজাৰ পেণ্ডেল, মণ্ডপ নিৰ্মাণৰ কাম-কাজ। বিভিন্ন ঠাইত হৈ পৰিছে বোকাময় পৰিৱেশ। প্ৰতিকুল বতৰৰ প্ৰভাৱ পৰিছে বজাৰ সমূহতো। বৰষুণৰ বাবে পূজাৰ বজাৰতো নাই গ্ৰাহকৰ ভিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১১৩ বছৰৰ পিছত যুদ্ধবীৰৰ শেষকৃত্য! ৮০ বছৰ সংগ্ৰহালয়ত প্ৰদৰ্শনীৰ সামগ্ৰী হৈ আছিল কংকাল

মাত্ৰ ১০ পাউণ্ডত বিক্ৰী কৰা হৈছিল জাৰ্মান যুদ্ধবীৰৰ কংকাল,...

বিজ্ঞানীয়ে প্ৰকাশ কৰিলে উদ্বেগজনক তথ্য; মানৱ সৃষ্ট শব্দ প্ৰদূষণত ক্ষতিগ্ৰস্ত হৈছে ৮০ শতাংশ বন্যপ্ৰাণীৰ প্ৰজাতি

মানুহৰ কাৰ্যকলাপৰ ফলত প্ৰাকৃতিক পৰিৱেশত শব্দৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি...

৯ বছৰৰ অভিলেখ ভংগ! দীপাৱলীৰ ট্ৰেডিঙত লোকচানৰ সন্মুখীন শ্বেয়াৰ বজাৰ

দীপাৱলীৰ পৱিত্ৰ ক্ষণত নতুন বিত্তীয় বৰ্ষ ‘সম্বৎ ২০৮৩’ৰ আৰম্ভণি...