ছাত্ৰৰ ছুৰিকাঘাতত গুৰুতৰভাৱে আহত অধ্যক্ষৰ মৃত্যু

কি হৈছে যুৱপ্ৰজন্মৰ? কিয় ইমান অসহিষ্ণু হৈছে যুৱ সমাজ? এক ভয়ংকৰ ঘটনাই কঁপাই গ’ল ৰাজ্য। হিন্দী চিনেমাৰ দৰে ঘটনা ঘটিল এইখন অসমতে। এইবাৰ ছাত্ৰৰ ছুৰিকাঘাতত মৃত্যুক সাৱটিলে অধ্যক্ষই। শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিয়াৰ বাবেই ছাত্ৰৰ ভয়ংকৰ কাণ্ড!

শিৱসাগৰ সাই বিকাশ একাডেমীত অঘটন। ছাত্ৰৰ ছুৰিকাঘাতত গুৰুতৰভাৱে আহত অধ্যক্ষৰ মৃত্যু। আঘাতপ্ৰাপ্ত অধ্যক্ষজনৰ নাম ৰাজেশ বাবু। চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু অধ্যক্ষৰ। আক্ৰমণকাৰী ছাত্ৰজন একাদশ শ্ৰেণীৰ। অংকৰ শ্ৰেণীৰ পৰা উলিয়াই দিছিল শিক্ষকজনে। ঘৰৰ পৰা ইউনিফৰ্ম সলনি কৰি পুনৰ স্কুলত উপস্থিত হয় ছাত্ৰজন।ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...