মাতৃ আৰু অবৈধ প্ৰেমিকে মিলি হত্যা কৰিলে শিশুক

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে মহানগৰী। মাতৃ আৰু অবৈধ প্ৰেমিকে মিলি হত্যা কৰিলে শিশুক। বশিষ্ঠত ট্ৰলী বেগৰ ভিতৰত উদ্ধাৰ হৈছিল মৃন্ময় ৰাজবংশী নামৰ শিশুটিৰ মৃতদেহ। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহে সমগ্ৰ ঘটনা। আৰক্ষীৰ জেৰাত হত্যাৰ কথা স্বীকাৰ মাতৃ-অবৈধ প্ৰেমিকৰ। হত্যা কৰি বশিষ্ঠৰ নিৰ্জন স্থানত পেলাই থৈ গৈছিল বেগটো। হেম ভাই আশ্ৰমৰ চৌহদৰ সমীপত উদ্ধাৰ মৃতদেহটো। দীপালী ৰাজবংশী আৰু পৰকীয়া প্ৰেমিক জ্যোতিৰ্ময় হালৈক আটক আৰক্ষীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...