তিনিবছৰ পূৰ্বেই ম্যাদ উকলা চেলাইন দিলে ৰোগীক, হাহাকাৰ লাগিল পৰিয়ালৰ মাজত

ছিপাঝাৰৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাভূত-নাশ্ৰুত কাণ্ড। তিনিবছৰ পূৰ্বে ম্যাদ উকলা চেলাইন প্ৰদান কৰিলে ৰোগীক। ১ঘণ্টা ৩০মিনিট সময় ৰোগীৰ শৰীৰত প্ৰদান ম্যাদ উকলা চেলাইন। ৰোগীৰ আত্মীয়ই পোহৰলৈ আনিলে ম্যাদ উকলা চেলাইন প্ৰদানৰ ঘটনা। ম্যাদ উকলা চেলাইন প্ৰদানক লৈ চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসালয়খনত উপস্থিত আৰক্ষীৰ দল। চিকিৎসালয়খনত উপস্থিত যুটীয়া স্বাস্থ্য সঞ্চালক, দণ্ডাধীশ। ঘটনাৰ উচিত তদন্ত বিচাৰিছে ৰোগীৰ আত্মীয়ই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...