ড’নাল্ড ট্ৰাম্পৰ ৰেলীত গুলীবৰ্ষণ

ড’নাল্ড ট্ৰাম্পৰ ৰেলীত গুলীবৰ্ষণ। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বেই এই অঘটন। পেনচিলভেনিয়াত এটা ৰেলীত সংঘটিত উদ্বেগজনক ঘটনা। আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। ৰেলীত শুনা গৈছিল একাধিক গুলীৰ শব্দ। সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেতাজনৰ। এতিয়া ট্ৰাম্প নিৰাপদ বুলি দাবী ছিক্ৰেট ছাৰ্ভিছৰ। ঘটনাৰ লগে লগেই নিৰাপদ স্থানলৈ নিয়া হ’ল ট্ৰাম্পক। ট্ৰাম্পে ভাষণ আৰম্ভ কৰাৰ কিছু সময়ৰ পিছতে এই অঘটন। সামাজিক মাধ্যমৰ ভিডিঅ’ত দেখা গৈছে তেওঁৰ সোঁ কাণত, মুখৰ সোঁফালে তেজ। সমগ্ৰ সভাস্থলীত দেখা পোৱা গৈছিল বিধ্বস্ত পৰিৱেশ। ঘটনাৰ সময়ত এখন হেলিকপ্টাৰ দেখা পোৱা গৈছিল আকাশমাৰ্গত। ঘটনাক কেন্দ্ৰ কৰি বাইডেনে প্ৰকাশ কৰিছে মন্তব্য। ট্ৰাম্পৰ সুস্থতাৰ খবৰত সন্তুষ্টি প্ৰকাশ বাইডেনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...