ৱৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ডছৰ ফাইনেলত চেম্পিয়ন ভাৰত

ৱৰ্ল্ড চেম্পিয়নশ্বিপ অফ লিজেণ্ডছৰ ফাইনেলত চেম্পিয়ন ভাৰত। উত্তেজনাপূৰ্ণ খেলত পৰাস্ত পাকিস্তান। ৫ উইকেটত চেম্পিয়নৰ খিতাপ দখল ভাৰতৰ। যুৱৰাজ সিং নেতৃত্বাধীন দলে ১৯.১ অভাৰতে কৰিলে লক্ষ্য ভেদ। ১৫৭ ৰাণৰ লক্ষ্য বান্ধি দিছিল পাকিস্তান চেম্পিয়নে। আম্বাতী ৰায়ডুৰ দ্ৰুতগতিৰ অৰ্ধৰাণ সহায়ক হ’ল জয়ৰ বাবে। বিভিন্ন মাধ্যমত শুভেচ্ছা প্ৰাক্তন তথা বৰ্তমানৰ ভাৰতীয় ক্ৰিকেটাৰৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...