বিশ্বৰ ধনী অভিনেতা তালিকাৰ ৪ৰ্থ স্থানত শ্বাহৰুখ খান

বিশ্বৰ চতুৰ্থ বিত্তশালী অভিনেতা হিচাপে পৰিগণিত হ’ল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান। হলিউডৰ আগশাৰীৰ অভিনেতা টম ক্ৰুজক চেৰ পেলাই চতুৰ্থ স্থানলৈ উন্নীত হ’ল শ্বাহৰুখ। শ্বাহৰুখৰ মুঠ সম্পত্তিৰ পৰিমাণ ৭৭০ মিলিয়ন ডলাৰ। ভাৰতীয় টকাৰ হিচাপত ৬ হেজাৰ ২৮৫ কোটি টকাৰ সম্পত্তিৰ অধিকাৰী বলীউডৰ বাদশ্বাহ। লক্ষ্যণীয় যে কেৱল টম ক্ৰুজেই নহয় জৰ্জ ক্লুনিয়ো আছে শ্বাহৰুখৰ পিছত। বিশ্বৰ ১০ সবাতোকৈ বিত্তশালী অভিনেতাৰ তালিকাৰ শীৰ্ষত আছে জৰ্জ চেইনফেল্ড। ৮ হেজাৰ ১৬৩ কোটি টকাৰ সম্পত্তিৰ অধিকাৰী জৰ্জ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...