ভাৰতীয় বিমান অপহৰণকাৰী সন্ত্ৰাসবাদী জাফাৰুল্লা জামালীক হত্যা

ভাৰতীয় বিমান অপহৰণকাৰী সন্ত্ৰাসবাদী জাফাৰুল্লা জামালীক হত্যা। কৰাচীত অচিনাক্ত অস্ত্ৰধাৰীৰ গুলীত নিহত জামালী। যোৱা ১৯৯৯ চনৰ ২৪ ডিচেম্বৰত হাইজেক কৰিছিল ভাৰতীয় বিমান। ভাৰতীয় বিমানখন হাইজেক কৰি অৱতৰণ কৰিছিল কান্দাহাৰত। হাইজেকত জড়িত সন্ত্ৰাসবাদী দলটোৰ মুৰব্বী আছিল জামালী। জামালীৰ সহযোগী জহুৰ মিস্ত্ৰীকো গুলীয়াই হত্যা ।

যোৱা ১ মাৰ্চত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল জহুৰ মিস্ত্ৰীক। এতিয়ালৈ পাঁচজনীয়া বিমান অপহৰণকাৰী দলটোৰ তিনিজনক হত্যা। বিমানখনৰ যাত্ৰী ৰূপিন কাটিয়ালক হত্যা কৰিছিল জহুৰ মিস্ত্ৰীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...